Local, Vocal, Global

বজালী মহকুমা ছাত্ৰ সন্থাই হাতত লৈছে এক কৰ্মমূখী অভিযান

বজালী মহকুমা ছাত্ৰ সন্থাই হাতত লৈছে এক কৰ্মমূখী অভিযান । ছাত্ৰ সংগঠনত জড়িত হৈয়ো বৃত্তিমুখী শিক্ষাৰে আছুয়ে বিগত ৫ বছৰ ধৰি পাঠশালাত ৫০বিঘা মাটিত খেতি কৰি আহিছে । কৃষি বিভাগৰ অনুমোদন সাপেক্ষে এনেদৰে আছুৱে এইবেলিও আৰম্ভ কৰিছে  কৃষি কৰ্ম l এইবাৰ ৫০ বিঘা মাটিত জহা ধানৰ খেতি কৰিছে আৰু বিজ্ঞান সন্মত ভাৱে কাৰ্পেটিং কৰি নতুন পদ্ধতিৰে আছুৱে এনে প্ৰসংশনীয় কাম হাতত লৈছে l এই ক্ষেত্ৰত কৃষি বিভাগৰ সতে জড়িত তথা ফিলিপাইনছত দক্ষতাৰে কাম কৰি অহা এগৰাকী কৃষি বিষয়াই আছুৰ এনে কৰ্মত সহযোগ কৰিছে ।