Local, Vocal, Global

পশ্চিম কাৰ্বি আংলঙত বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা

  • পশ্চিম কাৰ্বি আংলং জিলাত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা
  • এইবাৰ বৈঠালাংছʼস্থিত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ আমট্ৰেং শাখাত ক’ভিড-১৯
  • ৫জন বিষয়া-কৰ্মচাৰীসহ ৬জনৰ  দেহত ধৰা পৰিছে কʼভিড -১৯ পʼজিটিভ
  •  বেংকটোৰ শাখা প্ৰৱন্ধক পেৱাং এছ জেমৰ লগতে আন ৪ কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কʼভিড-১৯
  • ইতিমধ্যে আটাইকেইজনকে খেৰনী ক’ভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে
  •  সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বেংকটো
  • তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰিছে বৈঠালাংছʼত