Local, Vocal, Global

সংকটৰ ক’লা ডাৱৰ আতৰা নাই বাঘজানৰ পৰা

  • বাঘজানত পুনৰ এক অঘটন
  • তিনিচুকীয়াৰ দীঘলটৰং ডাঙৰী নদীত সন্ধানহীন হৈছিল তিনিজন মাছমৰীয়া
  •  আজিও অব্যাহত উদ্ধাৰ অভিযান
  • সন্ধানহীন তিনিজন ক্ৰমে ৰকি উৰাং (২৪), ৰাজকুমাৰ তাঁতী (৩০) আৰু লহৰো উৰাং (৪৮) বুলি জানিব পৰা গৈছে
  • ঘটনাস্থলীত আজিও NDRF আৰু SDRFৰ দলে অভিযান অব্যাহত ৰাখিছে
  • নৈৰ সোঁত অত্যাধিক হোৱাৰ বাবে তিনিওজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই  NDRF