Local, Vocal, Global

চৰম বিপদাপন্ন এতিয়া ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্ব

  • ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্ব এতিয়া চৰম বিপদাপন্ন।
  • সেউজীয়া কৃষি পথাৰত এতিয়া কেৱল ক’লা ছাঁইৰ আৱৰণ।
  • মাগুৰি মতাপুং বিলত ওপঙিছে মাছ-কাছ আৰু শিহু।
  • চৰকাৰৰ আশ্বাসত সুখী নহয় বাঘজানবাসী।
  • কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে মূল বিষয়ক বাদ কৰি বিভিন্ন আঁচনি ঘোষণা কৰি গাঁওবাসীক বিপথে পৰিচালনা কৰাৰ অভিযোগ।
  • অইল ইণ্ডিয়াৰ পৰা প্ৰদান কৰা ৩১000 টকাৰ ক্ষতিপূৰণে আশ্বস্ত কৰিব পৰা নাই বাঘজানবাসীক।