Local, Vocal, Global

Atishi to be new chief minister of Delhi : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনা

নিউজ ডেস্ক,১৭ছেপ্তেম্বৰ: বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত ঘোষণা হ’ল দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ নাম।বিধায়িনী দলৰ বৈঠকত লোৱা হ’ল এই সিদ্ধান্ত(Atishi to be new chief minister of India’s capital territory Delhi)৷

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনা৷ আজিৰ নতুন মুখ্যমন্ত্ৰী আতিশীৰ পক্ষত থিয় দিলে অধিকাংশ বিধায়ক। পৰৱৰ্তী নিৰ্বাচন নোহোৱা পৰ্যন্ত দিল্লীৰ মুখ্যমন্ত্ৰীৰ আসনত থাকিব আতিশী মাৰ্লেনা(Atishi to be new chief minister of Delhi)।

লগতে পঢ়ক : PM Modi 74rd birthday today: আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭৪ সংখ্যক জন্মদিন