Local, Vocal, Global

তিনিচুকীয়াত ভয়ংকৰ গণসংক্ৰমন

  • তিনিচুকীয়াত কৰ’নাৰ গণ সংক্ৰমণ ৷
  • তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ৫ গৰাকী আক্ৰান্ত কৰ’নাত ৷
  • জিতেন কোঁৱৰ, প্ৰদীপ কুমাৰ বনিক, অকন শইকীয়া, উত্তম সোণোৱাল, শিৱী তিৱাৰী আক্ৰান্ত কৰ’নাত ৷
  • আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সমান্তৰালকৈ কৰ’নাত আক্ৰান্ত চিনাক্ত হৈছে পদুমণিস্থিত চি আৰ পি এফ ৰ শিৱিৰ, ব্যক্তিগত নাৰ্ছিংহোম, বজাৰ আদি বিভিন্ন স্থানত ৷
  • এইপৰ্য্য়ন্ত জিলাখনত কৰ’নাৰ আক্ৰান্তৰ সংখ্যা হ’লগৈ ৪০১ ৷
  • তিনিচুকীয়াৰ একাংশ সচেতন লোকে সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে যদিও এইপৰ্য্য়ন্ত জিলা প্ৰশাসনে লোৱা নাই কোনো সিদ্ধান্ত ৷