Local, Vocal, Global

ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত অব্যাহত গৰুৰ চোৰাং বেহা

ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তয়েদি অব্যাহত আছে গৰুৰ চোৰাং বেহা। নিশা সীমান্ত সুৰক্ষা বাহিনী আৰু দক্ষিণ শালমাৰা আৰক্ষীয়ে সীমান্তৰ পৰা ৫৯টা চোৰাং গৰু উদ্ধাৰ। কিন্তু বৰ্তমানেও কোনো সৰবৰাহকাৰীকে আটক কৰিব সক্ষম হোৱা নাই আৰক্ষীয়ে।