ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৪০৩ গৰাকী
- মঙলবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২,৪৪৩ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ৬ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৪ হাজাৰ ৭৮৯ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ১২,৮৪৫ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৯১,০২৭ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯১৪ গৰাকী লোকৰ
- সোমবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ২৬ হাজাৰ ১৬৪ গৰাকীৰ স্বোৱাব পৰীক্ষা