ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১৩০৭ গৰাকী
- বুধবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২৫৬১ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ৭ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৯০ হাজাৰ ২০৯ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩১,৭৮৬ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৫৭ হাজাৰ ৬৩৫ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৭৮৫ গৰাকী লোকৰ
- বুধবাৰে ৰাজ্য স্বাস্থ্য বিভাগে সম্পন্ন কৰে ৩৩,৩৪৬ লোকৰ স্বোৱাব পৰীক্ষা