ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা

- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১৭৯২ গৰাকী
- শুকুৰবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৫৭১ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ১৭ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰৰ ৩৮৭ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৬৯ গৰাকী যোৰহাটৰ, ১০৫গৰাকী কাছাৰৰ, ১২১গৰাকী ডিব্ৰুগড়ৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৬৭ হাজাৰ ৩৭৪ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩০,০৩৪ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৩৬ হাজাৰ ৭১২ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৬২৫ গৰাকী লোকৰ