ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা

-
ৰাজ্যত অব্যাহত কাল কৰ’নাৰ ভয়াৱহতা
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ২৩৯৪ গৰাকী
- বুধবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২৪৬৪ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ১৯ গৰাকীকৈ কৰ’নাআক্ৰান্ত ব্যক্তিৰ
- ন’আক্ৰান্ত সকলৰ ভিতৰত ৫৫৬ গৰাকী ৰোগী (ম)ৰ, ১৬১ গৰাকী যোৰহাটৰ, ১৮৪গৰাকী ডিব্ৰুগড়ৰ, ১৫৮গৰাকী গোলাঘাটৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৪৮হাজাৰ ৯৬৪ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৯০৯১গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ১৯হাজাৰ ৩৬৪ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৫১১ গৰাকী লোকৰ