Local, Vocal, Global

আজি বিশ্বকৰ্মা পূজা, লগতে ধৰালৈ আগমণৰ প্ৰস্তুতি দেৱী দূৰ্গাৰ

আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা লগতে ধৰালৈ আগমণৰ প্ৰস্তুতি মা দূৰ্গাৰ। কাৰণ আজি মহালয়া। কৈলাশ পৰ্বতৰ পৰাই স-পৰিয়ালে মৰ্তলৈ আগমণ ঘটিল শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গা।

কাল কৰ’নাই জৰ্জৰিত কৰাই সমগ্ৰ ৰাজ্যত অনুষ্ঠুপীয়াকৈ আয়োজন হৈছে বিশ্বকৰ্মা পূজা। মহালয়াৰ উপলক্ষেও ৰাজ্যবাসীৰ মনত নাই বিগত সময়ৰ দৰে উচাহ-উদ্দীপনা।

কৰ’নাৰ বিভীষিকাৰ বাবেই ৰাজ্যত ম্লান পৰিছে সকলো আনন্দ-উল্লাস। প্ৰশাসনেও আৰোপ কৰিছে বহুতো বাধ্য বাধকতা।