ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা

- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৮৭৫ গৰাকী
- ৰবিবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৫৯৫ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ১৭ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰৰ ২১৪ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৫৯ গৰাকী যোৰহাটৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৬৯ হাজাৰ ৯৮৫গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৯,৩৫০গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৩৯ হাজাৰ ৯৭৭ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৬৫৫ গৰাকী লোকৰ