ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা

- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১৭৩৬ গৰাকী
- শনিবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৫৯৫ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ১৩ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰৰ ৩৯৭ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৪৬ গৰাকী যোৰহাটৰ, ১৩০গৰাকী ডিব্ৰুগড়ৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৬৯ হাজাৰ ১১০গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩০,১৬২ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৩৮ হাজাৰ ৩০৭ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৬৩৮ গৰাকী লোকৰ