Local, Vocal, Global

ৰাজনৈতিক দল গঠন সন্দৰ্ভত অখিল গগৈৰ গুৰুত্বপুৰ্ণ মন্তব্য

ৰাজনৈতিক দল গঠন সন্দৰ্ভত অখিল গগৈৰ মন্তব্য

  • সদৌ অসম ছাত্ৰ সন্থাই এটা দল, এখন পতাকা, এটা প্ৰতীক নীতিৰ পৰা আঁতৰি ঐতিহাসিক ভুল কৰিলে
  • বিজেপি-আৰএছএছক প্ৰতিহত কৰিবলৈ, অসমবাসীৰ স্বাৰ্থক সুৰক্ষা দিবলৈ আঞ্চলিক দলসমূহ ঐক্যৱদ্ধ হোৱাটোৱে একমাত্ৰ পথ আছিল
  • অসমীয়া জাতিক সাম্প্ৰদায়িক ফেচীবাদৰ গ্ৰাসৰ পৰা উদ্ধাৰ কৰাৰ মূল নীতি আছিল ঐক্যৱদ্ধ হোৱা
  • এই নীতিক অৱহেলা কৰাটো ২০২১ৰ নিৰ্বাচনত পৰাজিত কৰাত প্ৰথমটো ৰণকৌশলগত ভুল
  • অখিল গগৈৰ মন্তব্য- আছুৰ নেতৃত্বই বিষয়টো গভীৰভাৱে উপলব্ধি কৰক

কৃষক মুক্তিৰ নতুন দল সন্দৰ্ভতো অখিল গগৈৰ মন্তব্য

  • খৰখেদাকৈ নহয়, সকলো সৰু-বৰ জাতি-জনগোষ্ঠী, ‘কাবিৰোধী সকলো শক্তিৰে আলোচনা কৰিহে দল গঠন কৰক
  • কৃষক মুক্তিৰ উদে্যাগত আৰু সকলো জাতীয় জনগোষ্ঠীয় সংগঠনক লৈ আঞ্চলিক ঐক্যমঞ্চ গঠনৰ প্ৰচেষ্টা অব্যাহত ৰাখক
  • বিজেপি-আৰএছএছ, কংগ্ৰেছ-এআইইউডিএফক প্ৰতিহত কৰাত সঠিক ৰণকৌশল গ্ৰহণ কৰক