Local, Vocal, Global

হাওৰাঘাটত ক’ভিডত আক্ৰান্ত দুগৰাকী ক’ভিড যোদ্ধা

  • ক’ভিডত আক্ৰান্ত ক’ভিড যোদ্ধা
  • হাওৰাঘাটত ক’ভিডত আক্ৰান্ত দুগৰাকী ক’ভিড যোদ্ধা
  • আক্ৰান্ত ক’ভিড যোদ্ধাৰ লগতে স্বাস্থ্যকৰ্মী এগৰাকীৰ পৰিয়ালৰ সদস্য
  • হাওৰাঘাট চিকিৎসালয়ৰ আৱাসিক এলেকাৰ বাসিন্দা আটাইকেইজন আক্ৰান্ত
  • স্বাস্থ্যকৰ্মীদ্বয়কে ধৰি মেডিকেল ক’লনীৰ বহুকেইজনৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ
  • হাওৰাঘাট চিকিৎসালয়ত গণ সংক্ৰমণৰ আশংকা
  • ২৫ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ চিকিৎসালয়খন কন্টেইনমেন্ট জ’ন ঘোষণা প্ৰশাসনৰ