শুৱালকুছিত জব্দ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক
- শুৱালকুছিত জব্দ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক
- শুৱালকুছি আৰক্ষীয়ে জব্দ কৰে ট্ৰাকসহ ২০০ কাৰ্টন সুৰা
- নিশা বংশৰ বৰবদ্দিয়াত জব্দ সুৰাভৰ্তি ট্ৰাক
- পলায়ন কৰে ট্ৰাকৰ চালকে
- আটক ২ হেণ্ডিমেন ক্ৰমে হবিবুৰ ৰহমান আৰু মন্টু আলী
- ট্ৰাকৰ সন্মুখত লিখা আছিল ‘ডিফেন্স এছেনচিয়েল ছাৰ্ভিচ’
- সম্প্ৰতি সুৰাখিনি চমজি লৈছে আবকাৰী বিভাগে