ৰাজ্যত কৰ’নাত আক্ৰান্ত প্ৰশাসনিক বিষয়া

- ৰাজ্যত প্ৰথমবাৰলৈ কৰ’নাত আক্ৰান্ত প্ৰশাসনিক বিষয়া
- ওদালগুৰিৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ শৰীৰত ধৰা পৰিছে ক’ভিড পজিটিভ
- NHM-ৰ ৫গৰাকী কৰ’নাত আক্ৰান্ত কৰ্মচাৰীৰ সংস্পৰ্শলৈ আহিছিল উপায়ুক্তগৰাকী
- তাৰ পিছতে SELF QUARANTINE-ত আছিল উপায়ুক্ত ৰঞ্জন ঘৰফলীয়া