Local, Vocal, Global

মহানগৰীৰ ক্ষেত্ৰীত আৰক্ষীৰ সফল অভিযান

  • মহানগৰীৰ ক্ষেত্ৰীত আৰক্ষীৰ অভিযান
  • ক্ষেত্ৰীৰ তেতেলীগুৰি অঞ্চলৰ পৰা জব্দ নিষিদ্ধ ড্ৰাগছ আৰু মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ চাৰি যুৱক
  • আটকাধীন যুৱককেইজন ক্ৰমে তেতেলীগুৰিৰ ৰাণা ডেকা, মণিপুৰৰ মহম্মদ ৰফি, সোণাপুৰ যোগোকুছিৰ অপূৰ্ব মেধি আৰু প্ৰদীপ ডেকা