Watch | Assam panchayat election: পঞ্চায়ত প্ৰাৰ্থীয়ে নাজানে মুখ্যমন্ত্ৰী,পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ মন্ত্ৰীৰ নাম
হাজো: আগন্তুক পঞ্চায়ত নিৰ্বাচন। ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলিছে। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ভিৰ লাগিছে প্ৰাৰ্থীৰ। পিছে ৰাইজৰ হকে কাম কৰিবলৈ অহা পঞ্চায়ত প্ৰাৰ্থীয়ে নাজানে মুখ্যমন্ত্ৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ মন্ত্ৰীৰ নাম। মনোনয়ন পত্ৰ দাখিলৰ দিনটোতেই লাগিল কেনা। প্ৰাৰ্থীৰ সাধাৰণ জ্ঞান কিমান তাকে জানিবলৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰাৰ্থীয়ে নাজানে পঞ্চায়ত মন্ত্ৰীৰ নাম,নাজানে মুখ্যমন্ত্ৰীৰ নাম,নাজানে দেশৰ ৰাষ্ট্ৰপতিৰ নাম।