earthquake : ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

গুৱাহাটী, ১৬জুন : ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য। আজি কিছু সময় পূৰ্বে অনুভূত হয় ৰাজ্যত ভূমিকম্পৰ জোকাৰণি।।১০:১৬ বজাত অনুভূত হয় জোকাৰণি(Assam earthquake today)।
গুৱাহাটীৰ লগতে ৰাজ্যৰ আন প্ৰান্ততো অনুভূত হয় এই জোকাৰণি। ভূঁইকঁপৰ অভিকেন্দ্র বাংলাদেশৰ ছিলেট বুলি জানিব পৰা গৈছে।ৰিখটাৰ স্কেলট এই ভূঁইকঁপৰ প্ৰাবল্য আছিল ৪.৬।
এই পৰ্যন্ত লাভ কৰা নাই কোনো ক্ষয়ি ক্ষতিৰ খবৰ।
লগতে পঢ়ক : Daily Horoscope for 16th june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল