Local, Vocal, Global

অনিদিষ্টকাললৈ বন্ধ ভাৰতীয় ষ্টেট বেংকৰ টীয়ক শাখা

 SBI-ৰ টীয়ক শাখাৰ ৭গৰাকীকৈ বিষয়া-কৰ্মচাৰী ক’ভিড পজিটিভ

অনিদিষ্টকাললৈ বন্ধ  টীয়ক  SBI শাখা

যোৰহাট জিলাত ভয়াৱহ ভাবে বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। এতিয়া নগৰৰ সমূহৰ সমান্তৰালভাৱে গাঁও সমুহলৈ বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। ভাৰতীয় ষ্টেট বেংকৰ টীয়ক শাখাত মঙলবাৰে ৪গৰাকীৰ কৰ্মচাৰীকে ধৰি মুঠ ৬গৰাকী কৰ্মচাৰীৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰে। অৱশেষত বেংকটোৰ শাখাটো অনিদিষ্ট কাললৈ বন্ধ কৰি দিছে প্ৰশাসনে। বৃহত্তৰ টীয়কৰ দৈনিক বহু গ্ৰাহক এই শাখাটোৰ সৈতে জড়িত হোৱাৰ হেতুকে টীয়কত তীব্ৰ গণ সংক্ৰমণৰ আশংকা কৰিছে।