অধিক জটিল পৰিস্থিতিৰ দিশে অসম
- ৰাজ্যত অধিক ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ
- মহানগৰীতো অব্যাহত কৰ’নাৰ ভয়াৱহতা
- ১২ হাজাৰ অতিক্ৰম ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা
- সোমবাৰে পুনৰ আক্ৰান্ত ৭৮৬ গৰাকী ৰোগী
- নতুনকৈ আক্ৰান্ত সকলৰ ৫৯৮ গৰাকীয়ে গুৱাহাটী মহানগৰৰ
- উল্লেখ্যযে সোমবাৰে সুস্থ হোৱা ৰোগীৰ সংখ্যা ৪৯০ গৰাকী
- ৰাজ্যত ১২৫২২ গৰাকীলৈ বৃদ্ধি কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা
- ৰাজ্যত বৰ্তমানলৈ সুস্থ হোৱা ৰোগীৰ সংখ্যা ৭৮৮২ গৰাকী
- ৰাজ্যত বৰ্তমান ৪৬২৩ গৰাকী ৰোগী চিকিৎসাধীন
- ইয়াৰ বিপৰীতে মৃতৰোগীৰ সংখ্যা ১৪ গৰাকী
- ৰাজ্যত বৰ্তমানলৈ ৪ লাখ ৭১ হাজাৰ ২২১ গৰাকী ব্যক্তিৰ ক’ভিড টেষ্ট সম্পন্ন হৈছে