ভয়ানক ! ৰাজ্যত এদিনত আক্ৰান্ত সহস্ৰাধিক

- ৰাজ্যত প্ৰতিদিনে উদ্দেগজনক হাৰত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ
- মহানগৰীতো অব্যাহত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ
- ২১ হাজাৰ অতিক্ৰম কৰিলে ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা
- শুক্ৰবাৰৰ দিনটোত ৰাজ্যত আক্ৰান্ত ১২১৮ গৰাকী
- নতুনকৈ আক্ৰান্তৰ ৫৭০ গৰাকীয়ে গুৱাহাটী মহানগৰীৰ
- ৰাজ্যত এই পৰ্যন্ত মুঠ আক্ৰান্তৰ সংখ্যা ২১,৮৬৪ গৰাকীলৈ বৃদ্ধি
- ৰাজ্যত এই পৰ্যন্ত ১৪,১০৫ গৰাকী আৰোগ্য
- ৰাজ্যত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৭,৭০৫ গৰাকী
- চৰকাৰী তথ্যমতে ৰাজ্যত ৫১ ৰোগীৰ মৃত্যু