ৰাজ্যত কাল কৰ’নাৰ বিভীষিকা

- ৰাজ্যত অব্যাহত আছে কাল কৰ’নাৰ সংহাৰ
- সোমবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত ৩০২ গৰাকী
- নতুনকৈ আক্ৰান্ত ১৭২ গৰাকী গুৱাহাটী মহানগৰীৰ
- ৰাজ্যত বৰ্তমানলৈ মুঠ আক্ৰান্তৰ সংখ্যা ৭৭৯৪ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন হৈ আছে ২৪৪৭ গৰাকী
- ৰাজ্যত বৰ্তমানলৈ আৰোগ্য ৰোগীৰ সংখ্যা ৫৩৩৩ গৰাকী
- ৰাজ্যত বৰ্তমানলৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ১১ গৰাকী
- সোমবাৰৰ দিনটোত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ২৪৫ গৰাকী
- ৰাজ্যত সোমবাৰলৈ ৩,৯৯,৩৯৩ গৰাকীৰ ব্যক্তিৰ SWAB টেষ্ট সম্পন্ন হৈছে