Local, Vocal, Global

ৰাজ্যত কাল কৰ’নাৰ বিভীষিকা

60
  • ৰাজ্যত অব্যাহত আছে কাল কৰ’নাৰ সংহাৰ
  • সোমবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত ৩০২ গৰাকী
  • নতুনকৈ আক্ৰান্ত ১৭২ গৰাকী গুৱাহাটী মহানগৰীৰ
  • ৰাজ্যত বৰ্তমানলৈ মুঠ আক্ৰান্তৰ সংখ্যা ৭৭৯৪ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন হৈ আছে ২৪৪৭ গৰাকী
  • ৰাজ্যত বৰ্তমানলৈ আৰোগ্য ৰোগীৰ সংখ্যা ৫৩৩৩ গৰাকী
  • ৰাজ্যত বৰ্তমানলৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ১১ গৰাকী
  • সোমবাৰৰ দিনটোত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ২৪৫ গৰাকী
  • ৰাজ্যত সোমবাৰলৈ ৩,৯৯,৩৯৩ গৰাকীৰ ব্যক্তিৰ SWAB টেষ্ট সম্পন্ন হৈছে