Local, Vocal, Global

কৰ’নাৰ গণ সংক্ৰমণৰ দিশে বৰপেটা ৰোড

ক্ৰমাৎ কৰ’নাৰ গণ সংক্ৰমণৰ দিশে বৰপেটা ৰোড ৷ বিগত কিছুদিনৰ পৰাই কম-বেছি পৰিমাণে ক’ভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা বাঢ়ি আহিছে৷ সোমবাৰৰ দিনটোতে সৰ্বাধিক ২০ গৰাকীৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে ৷ বৰপেটা ৰোড চিকিৎসালয়ত কৰ’না পৰীক্ষা কৰা লেৱ’ৰেটৰী টেকনিচিয়ানগৰাকীও আজি কৰ’নাত আক্ৰান্ত হয়।