Assamese
English
Sunday, April 18, 2021
  • About
  • Advertise
  • Privacy & Policy
  • Contact
MyNewsNE
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
MyNewsNE
No Result
View All Result
Home Assam

ৰাজ্যত পুনৰ ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত ২ সহস্ৰাধিক

MyNews Bureau by MyNews Bureau
August 4, 2020
in Assam, Big Story, COVID-19, Guwahati, Health
0
কৰ’নাৰ গণ সংক্ৰমণৰ দিশে বৰপেটা ৰোড
0
SHARES
2
VIEWS

RelatedPosts

ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।

মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ

ৰাজ্যত প্ৰতিদিনে অভাৱনীয় হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ

সোমবাৰে ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত  ২৩৭১ গৰাকী। নতুনকৈ আক্ৰান্ত ৪১৪ গৰাকী গুৱাহাটী মহানগৰৰ , ১৯২ গৰাকী কামৰূপ (গ্ৰাম্য)ৰ, ২৮২ ডিব্ৰুগড়ৰ, ২৫১ গৰাকী নগাঁৱৰ ।সোমবাৰে ৰাজ্যত ১০৪৪ গৰাকী ৰোগী আৰোগ্য লাভ কৰি ঘৰলৈ উভতে। বিগত এসপ্তাহত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে প্ৰায় ১০ সহস্ৰাধিক লোক। ৰাজ্যত সোমবাৰে পুনৰ মৃত্যু ৪ গৰাকী।

৩৩ হাজাৰ অতিক্ৰম ৰাজ্যত আৰোগ্য ৰোগীৰ সংখ্যা 

ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত ৰোগী ৪৫,২৭৫ গৰাকী। ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ৩৩,৪২৮ গৰাকী। বৰ্তমান ৰাজ্যত ১১,৭৩৫ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। চৰকাৰী তথ্য মতে অসমত বৰ্তমানলৈ ১০৯ গৰাকী ৰোগীৰ মৃত্যু হৈছে। ৰাজ্য ২৪ ঘন্টাত ৪১,৯৫৮ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে। সোমবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৫.৬৫ শতাংশ।

Previous Post

কৰ’নাৰ গণ সংক্ৰমণৰ দিশে বৰপেটা ৰোড

Next Post

কাজিৰঙাত ভয়ংকৰ অঘটন, ৰাজপথত জ্বলিল ট্ৰাক

MyNews Bureau

MyNews Bureau

Related Posts

ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু
Entertainment

ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

April 18, 2021
ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।
COVID-19

ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।

April 18, 2021
মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ
Assam

মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ

April 18, 2021
সূৰ্যৰ ৰশ্মিয়ে হ্ৰাস কৰিব ক’ৰোনাত মৃত্যু হোৱাৰ আশংকা
COVID-19

সূৰ্যৰ ৰশ্মিয়ে হ্ৰাস কৰিব ক’ৰোনাত মৃত্যু হোৱাৰ আশংকা

April 13, 2021
হাগ্ৰামাৰ সৈতে একেখন নাৱৰেই যাত্ৰী হ’বলৈ গৈ আছে নেকি অতুল-কেশৱ-ফণী?
Assam

হাগ্ৰামাৰ সৈতে একেখন নাৱৰেই যাত্ৰী হ’বলৈ গৈ আছে নেকি অতুল-কেশৱ-ফণী?

March 27, 2021
SADDAM HUSSIN ৰ পৰা উৎসাহিত হৈ THALLIUM ব্যৱহাৰেৰে ৰচিলে পত্নী পৰিয়ালসহ পত্নী হত্যাৰ ষড়যন্ত্ৰ, আৰক্ষীৰ জালত REALTOR বৰুণ অৰোৰা
Big Story

SADDAM HUSSIN ৰ পৰা উৎসাহিত হৈ THALLIUM ব্যৱহাৰেৰে ৰচিলে পত্নী পৰিয়ালসহ পত্নী হত্যাৰ ষড়যন্ত্ৰ, আৰক্ষীৰ জালত REALTOR বৰুণ অৰোৰা

March 25, 2021
Next Post
কাজিৰঙাত ভয়ংকৰ অঘটন, ৰাজপথত জ্বলিল ট্ৰাক

কাজিৰঙাত ভয়ংকৰ অঘটন, ৰাজপথত জ্বলিল ট্ৰাক

কাজিৰঙাত ভয়ংকৰ অঘটন, ৰাজপথত জ্বলিল ট্ৰাক

কাজিৰঙাত ভয়ংকৰ অঘটন, ৰাজপথত জ্বলিল ট্ৰাক

Stay Connected

  • 320.4k Fans
  • 115 Followers
  • Trending
  • Comments
  • Latest
হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

February 23, 2021
কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

October 25, 2020
কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

November 15, 2020
ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

October 16, 2020
ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

0

অসমৰ বাবে অধিক ৰেল বিচাৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ ৰিপুন বৰাৰ পত্ৰ

0

কৰ’না, ভাৰতৰ গতি উৰ্দ্ধমুখী

0

সুভাষ দাস কমিটিৰ প্ৰতিবেদন দাখিল

0
ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

ব্ৰিটিছ অভিনেত্ৰী হেলেন মেকক্ৰৰীৰ মৃত্যু

April 18, 2021
ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।

ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।

April 18, 2021
মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ

মহাজোঁটে চৰকাৰ গঠন কৰা নিশ্চিত-দাবী জিতেন্দ্ৰ সিঙৰ

April 18, 2021
দুলীয়াজানত লোমহৰ্ষক হত্যাকাণ্ড

দুলীয়াজানত লোমহৰ্ষক হত্যাকাণ্ড

April 18, 2021

Recent News

About Us

MyNewsNE

You're visiting the official website of MyNews NE. A digital media organization from North Eastern Part of India. Stay updated with us with our website and social media pages. Thanks.

Like Us on Facebook

Our Twiiter Handle

Tweets by MyNewsNE

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 My News NE. All Rights Reserved.

No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
    • Arunachal
    • Manipur
    • Meghalaya
    • Mizoram
    • Nagaland
    • Tripura
    • Sikkim
  • India
  • World
  • Education
  • Sports
  • Entertainment
    • Movie
    • Music
  • Business
  • Lifestyle
    • Fashion
    • Food
    • Health
    • Travel
  • Politics
  • Science
  • English Edition

© 2021 My News NE. All Rights Reserved.