Local, Vocal, Global

পশ্চিম কাৰ্বি আংলঙত কৰ’নাৰ ভয়াবহ ৰূপ 

  • পশ্চিম কাৰ্বি আংলঙত কৰ’নাৰ ভয়াবহ ৰূপ
  • খেৰণিত পুনৰ ৩গৰাকীৰ দেহত ধৰা পৰিল ক’ভিড-১৯ পজিটিভ
  • খেৰণি আৰক্ষী থানাত কৰ্মৰত দুগৰাকী পুলিচকৰ্মী ক্ৰমে ভৱেন কাকতি, সন্দেপ সিংহাৰ দেহত কৰ’নাৰ অৱস্থিতি পোৱাত আতংকিত হৈ পৰিছে খেৰণিৰ অঞ্চল
  • ইফালে মহাৰাষ্ট্ৰৰ পৰা আহি খেৰণিত হোম কোৰাইণ্টাইনত থকা সোণমিলি ৰংপিপীৰ দেহত ধৰা পৰিছে কভিত-১৯ আক্ৰান্ত দুয়ো আৰক্ষীক নিয়া হৈছে চিকিৎসালয়লৈ