CM made a significant announcement during his election campaign : লাখপতি বাইদেউও পিছত এইবাৰ হ’ব লাখপতি ভিনদেউ

নিউজ ডেস্ক,১৭ এপ্ৰিল : লাখপতি বাইদেউও পিছত এইবাৰ হ’ব লাখপতি ভিনদেউও(CM made a significant announcement during his election campaign) ।
আজি নলবাৰীত প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । নলবাৰীৰ বৰকুৰাত যোৰদাৰ প্ৰচাৰ অভিযান প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । নিৰ্বাচনী প্ৰচাৰ চলাই একাধিক অভিলাষী ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে(CM made a significant announcement during his election campaign)।
মুখ্যমন্ত্ৰীৰ ঘোষণা, ‘‘লাখপতি বাইদেউৰ লগতে এইবাৰ আহিব লাখপতি ভিনদেউ আঁচনিও। লাখপতি বাইদেউও হ’ব, লাখপতি ভিনদেউও হ’ব । আমি সকলোকে একেলগে লৈ কাম কৰিম।
লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “৩.৫ কোটি অসমীয়াক গৰ্বিত কৰিছে। অসমৰ প্ৰতি মোদীৰ ভালপোৱা অলেখ। ২৭ বাৰ অসমলৈ আহিছে প্ৰধানমন্ত্ৰী মোদী। ১৪ খনৰ ১৪ খনতেই আমি জয়ী হ’ম। লাখপতি বাইদেৱে নহয়, লাখপতি ভিনদেউ হ’ব।”
লগতে পঢ়ক : Horrific incident in East Garo Hills district of Meghalaya : তিনি যুৱকক জীৱন্তে জ্বলাই হত্যা দুৰ্বৃত্তৰ