প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোনোৱালৰ টেলিফোনিক বাৰ্তালাপ

- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টেলিফোন যোগে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালয়ে
- ৰাজ্যৰ বান পৰিস্থিতি, গৰাখহনীয়া, কভিড-১৯ আৰু বাঘজান পৰিস্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে
- মুখ্যমন্ত্ৰীয়ে সমস্যা সমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰে প্ৰধানমন্ত্ৰীক
- প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰে