Local, Vocal, Global

আইআইটি খৰগপুৰত অসমৰ ছাত্ৰ ফৈজান আহমেদৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ শোক

নিউজ ডেস্ক: তিনিচুকীয়াৰ সন্তান ফৈজান আহমেদৰ আইআইটি খৰাগপুৰত অকালতে মৃত্যুক আকোৱালি লোৱাৰ ঘটনাই ৰাজ্যৰ শোকৰ ছাই পেলাইছে৷ এক মেধাৰ মৃত্যু ৰাজ্যখনৰ বাবে বৃহৎ ক্ষতি৷ ইপিনে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি আই আই টি খৰাগপুৰত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা তিনিচুকীয়াৰ প্ৰতিভাৱান যুৱক ফৈজান আহমেদৰ মৃত্যুৰ শোক প্ৰকাশ কৰে।