Local, Vocal, Global

Watch | Assam Chief Minister’s order to shoot and site the criminal who disturbed Duburi: ধুবুৰীক অশান্ত কৰা অপৰাধীক শ্বুট এণ্ড ছাইটৰ অৰ্ডাৰ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক : অশান্ত ধুবুৰী নিয়ন্ত্ৰণ কৰিবলৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ ।
নিশা বাহিৰলৈ ওলালেই ডাইৰেক্ট গুলী কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ।
ধুবুৰীক অশান্ত কৰা দুর্বৃত্তক দেখিলেই ডাইৰেক্ট শ্বুট কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
‘গৰুক কুৰবানীৰ বাবেহে অনা হয়, অপকৰ্মৰ বাবে নহয়’।
‘ধুবুৰীত এটা নতুন গোটে এনে কাৰ্য চলাই থকাৰ সন্দেহ’।
‘ধুবুৰীত এনে ঘটনা দেখা মাত্রকে গুলীওৱাৰ নিৰ্দেশ দিয়া হৈছে’।
‘অহা বছৰ মই নিজেই বকৰিদত ধুবুৰীৰ হনুমান মন্দিৰত বহি থাকিম’।
‘নিষিদ্ধ মাংসক লৈ অশান্ত ধুবুৰীত অপৰাধীক লাষ্ট ৱাৰ্ণিং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
‘শিলগুটি মাৰিলেই অৱস্থা বেয়া কৰি দিম’।
‘বাংলাদেশৰ অপশক্তি সক্ৰিয় হৈছে ধুবুৰীত’।
‘আমাৰ চৰকাৰৰ দিনত মানি লোৱা নহব’।
গো-মাংসক লৈ সৃষ্টি হোৱা উত্তেজনাৰ মাজতে ধুবুৰীত উপস্থিত হৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।