Local, Vocal, Global

Assam By-election Results 2024: বিহালীত কোনে মাৰিব শেষ হাঁহি, কাৰ দখললৈ যাব বিহালী সমষ্টি

নিউজ ডেস্ক,২৩নৱেম্বৰ:অব্যাহত আছে অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা ।

বিহালীত সপ্তম ৰাউণ্ডৰ ভোটগণনাৰ অন্ত পৰিছে। সপ্তম ৰাউণ্ডৰ অন্তত বিজেপিয়ে লাভ কৰিছে ২৮,৩২৫টা ভোট, কংগ্ৰেছে লাভ কৰিছে ২২,৯৩৫টা ভোট। ৫৩৯০টা ভোটত অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল(Assam By-election Results 2024)।

লগতে পঢ়ক :Assam By-election Results 2024:চামগুৰিত অগ্ৰগতি কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইন