Local, Vocal, Global

Assam By-election Results 2024:চামগুৰিত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি

নিউজ ডেস্ক,২৩নৱেম্বৰ : চামগুৰিত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি।

চামগুৰিত বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাৰ অগ্ৰগতি(Assam By-election Results 2024)।

২,৪৩১ টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মা।

কংগ্ৰেছ প্ৰাৰ্থী তানজিলতকৈ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন আগবাঢ়ি আছে।

লগতে পঢ়ক:Maharashtra Election Results 2024:মহাৰাষ্ট্ৰত এন ডি এৰ অগ্ৰগতি