কলিয়াবৰত অগপৰ জাতীয় ঐক্য সমাৰোহ

কলিয়াবৰত অগপৰ জাতীয় ঐক্য সমাৰোহ
কলিয়াবৰত অগপৰ জাতীয় ঐক্য সমাৰোহ। কোৱাৰীটোল গান্ধী পথাৰত পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ হৈছে অগপৰ জাতীয় ঐক্য সমাৰোহ।পতাকা উত্তোলন কৰে অগপৰ কলিয়াবৰ জিলা সমিতিৰ সভাপতি তিলক নাথে।শ্বহীদ তৰ্পন আৰু মে-ডাম-মেফী শ্ৰদ্ধাঞ্জলি কার্যসূচী শুভাৰম্ভ কৰে ধ্ৰুৱজ্যোতি বৰগোহাঞিয়ে।অগপৰ এই জাতীয় ঐক্য সমাৰোহত অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ সদস্য ফণী ভূষণ চৌধুৰী উপস্থিত থকাৰ লগতে দলৰ ভালে সংখ্যক নেতাই অংশগ্ৰহণ কৰে।