Local, Vocal, Global

আৰিয়ান খানে আন এটা নিশা কাৰাগাৰত কটাব 

মুম্বাইৰ এখন বিশেষ আদালতে বুধবাৰে মুম্বাই ক্ৰুজ ড্ৰাগছগোচৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ দ্বাৰা দাখিল কৰা জামিন আবেদনৰ শুনানি লৈছিল। অৱশ্যে, আদালতে শুনানি বৃহস্পতিবাৰৰ বাবে স্থগিত ৰাখে। সেয়েহে, আৰিয়ানে  এটা ৰাতি কাৰাগাৰত কটাব।