Local, Vocal, Global

কাৰাগাৰত কয়দীৰ আত্মহত্যা

  • বৰপেটা জিলা কাৰাগাৰত অঘটন।
  • জিলা কাৰাগাৰত আত্মহত্যা কৰিলে কয়দীয়ে।
  • মৃত কয়দীজনৰ নাম হাচিবুল হাচান।
  • কাৰাগাৰৰ ভেণ্টিলেচনত চীপ লৈ আত্মহত্যা হাচিবুল হাচানৰ।
  • এগৰাকী কিশোৰীক পলুৱাই নিয়াৰ অভিযোগত গ্রেপ্তাৰ হৈছিল হাচান।
  • প্রেমৰ বাবেই যুৱকজনে আত্মহত্যা কৰাৰ সন্দেহ কাৰাগাৰ কৰ্তৃপক্ষৰ।
  • কিন্তু হাচানক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ।