Arvind Kejriwal loses New Delhi : দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰাজয়
নিউজ ডেস্ক,৮ফেব্ৰুৱাৰী : দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰাজয়(Arvind Kejriwal loses New Delhi)।
নতুন দিল্লী সমষ্টিত পৰাজয় অৰবিন্দ কেজৰিৱাল।
বিজেপি প্ৰাৰ্থী পাৰভেজ বৰ্মাৰ বিৰুদ্ধে অৰবিন্দ কেজৰিৱাল(Arvind Kejriwal loses New Delhi to BJP’s Parvesh Verma)।
উল্লেখ্য যে, আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ভোটগণনা পৰ্ব। ৭০টা বিধানসভা সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব ৬৬৯ গৰাকী প্ৰাৰ্থীৰ। দিল্লী বিধানসভা নিৰ্বাচনত ৫৭.৫০ শতাংশ ভোটদান হৈছিল।
লগতে পঢ়ক :Delhi Election Results 2025: দিল্লী কাৰ?২৭বছৰ পিছত দিল্লীত ফুলিব নেকি পদুম ?