Local, Vocal, Global

লিডুত জব্দ চোৰাং কাঠভৰ্তি ট্ৰাক

  • লিডুত জব্দ চোৰাং কাঠভৰ্তি ট্ৰাক
  • ট্ৰাককেইখন অৰুণাচলৰ জয়ৰামপুৰৰ পৰা আহিছিল
  • জব্দ কৰা ট্ৰাক দুখনৰ AS 23 BC4119 আৰু PB13 AL 5679
  • আৰক্ষী বিষয়া পোণা গগৈৰ নেতৃত্বত লিডুত এই অভিযান
  • আটক দুয়োখন ট্ৰাকৰ চালক