Assamese
English
Thursday, April 22, 2021
  • About
  • Advertise
  • Privacy & Policy
  • Contact
MyNewsNE
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
MyNewsNE
No Result
View All Result
Home Entertainment

শিৱসেনাৰ মুখপত্ৰ ‘সামনা’ত থকা-সৰকা অৰ্ণৱ গোস্বামীক

MyNews Bureau by MyNews Bureau
August 9, 2020
in Entertainment, India
0
শিৱসেনাৰ মুখপত্ৰ ‘সামনা’ত থকা-সৰকা অৰ্ণৱ গোস্বামীক
0
SHARES
1
VIEWS

RelatedPosts

বাক্সাৰ জিলাৰ গোৰেশ্বৰৰ বেঙেনাআটীত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সত্ৰ সভা

ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।

সূৰ্যৰ ৰশ্মিয়ে হ্ৰাস কৰিব ক’ৰোনাত মৃত্যু হোৱাৰ আশংকা

মুম্বাইৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্তত স্বয়ম্ভু বিচাৰকৰ ভুমিকা লৈছে সাংবাদিক অৰ্ণৱ গোস্বামীয়ে।শিৱসেনাৰ মুখপত্ৰ ‘সামনা’ৰ শেহতীয়া সংখ্যাৰ সম্পাদকীয়ত ৰিপাব্লিক চেনেলৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক চোকা সমালোচনা কৰি এই কথা প্ৰকাশ কৰা হৈছে।আনকি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ভাৱমূৰ্তী বিনষ্ট কৰাৰ বাবে মিডিয়াৰ জৰিয়তে অৰ্ণৱে বিজেপিৰ হৈ অপপ্ৰচাৰ চলোৱা বুলিও উল্লেখ কৰা হৈছে শিৱসেনাৰ মুখপত্ৰত।সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন সুশান্তৰ আত্মহত্যাৰ বিষয়ত বিহাৰৰ ডিজিপিৰ যুক্তিহীন সাক্ষাৎ গ্ৰহনেৰে মুম্বাই পুলিচৰ বদনাম ৰচিবলৈ উঠি পৰি লাগি ৰিপাব্লিকৰ মুখ্য সম্পাদকজনে নিন্দনীয় স্থিতি গ্ৰহণ কৰা বুলিও সম্পাদকীয়টোত উল্লেখ কৰা হৈছে।’সামনা’ৰ সম্পাদক সঞ্জয় ৰাউতে উল্লেখ কৰিছে যে ৰিপাব্লিকত মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ প্ৰতি অৰ্ণৱ গোস্বামীৰ কটু বাক্যবাণ শুনি তেওঁলৈ আনকি এন চি পিৰ মুৰব্বী শাৰদ যাদৱেও ফোন কৰি ইয়াৰ দ্বাৰা সৰ্বসাধাৰণলৈ মহাৰাষ্ট্ৰ চৰকাৰ সন্দৰ্ভত এটা বিৰূপ বাৰ্তা যাব বুলি সকিয়াই দিছে।
সুশান্তৰ আত্মহত্যাৰ ঘটনাটোৰ সৈতে তিনি গৰাকী নাৰীৰ নাম সাঙোৰ খাই থকাৰ বাবেই বিষয়টোক মিডিয়াই অতিৰঞ্জিত ৰূপ দিয়া বুলিও শিৱসেনাৰ মুখপত্ৰত কটাক্ষ কৰা হৈছে।

Previous Post

হাটশিঙিমাৰীত বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা

Next Post

ধিক মানৱতা! অভয়াপুৰীত অন্ধ মহিলাক ধৰ্ষণ

MyNews Bureau

MyNews Bureau

Related Posts

বাক্সাৰ জিলাৰ গোৰেশ্বৰৰ বেঙেনাআটীত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সত্ৰ সভা
Assam

বাক্সাৰ জিলাৰ গোৰেশ্বৰৰ বেঙেনাআটীত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সত্ৰ সভা

April 20, 2021
ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।
COVID-19

ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।

April 18, 2021
সূৰ্যৰ ৰশ্মিয়ে হ্ৰাস কৰিব ক’ৰোনাত মৃত্যু হোৱাৰ আশংকা
COVID-19

সূৰ্যৰ ৰশ্মিয়ে হ্ৰাস কৰিব ক’ৰোনাত মৃত্যু হোৱাৰ আশংকা

April 13, 2021
হিমাচল প্ৰদেশৰ জিডিপি, পৰ্যটন তথা পৰ্যটকৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য় ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰী জয়ন্ত ঠাকুৰৰ
India

হিমাচল প্ৰদেশৰ জিডিপি, পৰ্যটন তথা পৰ্যটকৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য় ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰী জয়ন্ত ঠাকুৰৰ

April 11, 2021
হাগ্ৰামাৰ সৈতে একেখন নাৱৰেই যাত্ৰী হ’বলৈ গৈ আছে নেকি অতুল-কেশৱ-ফণী?
Assam

হাগ্ৰামাৰ সৈতে একেখন নাৱৰেই যাত্ৰী হ’বলৈ গৈ আছে নেকি অতুল-কেশৱ-ফণী?

March 27, 2021
SADDAM HUSSIN ৰ পৰা উৎসাহিত হৈ THALLIUM ব্যৱহাৰেৰে ৰচিলে পত্নী পৰিয়ালসহ পত্নী হত্যাৰ ষড়যন্ত্ৰ, আৰক্ষীৰ জালত REALTOR বৰুণ অৰোৰা
Big Story

SADDAM HUSSIN ৰ পৰা উৎসাহিত হৈ THALLIUM ব্যৱহাৰেৰে ৰচিলে পত্নী পৰিয়ালসহ পত্নী হত্যাৰ ষড়যন্ত্ৰ, আৰক্ষীৰ জালত REALTOR বৰুণ অৰোৰা

March 25, 2021
Next Post

ধিক মানৱতা! অভয়াপুৰীত অন্ধ মহিলাক ধৰ্ষণ

জীৱনৰ ধুমুহাই বিধ্বস্ত কৰা “আবুল আলী”ৰ পৰিয়ালৰ কাহিনী

Stay Connected

  • 320.4k Fans
  • 117 Followers
  • Trending
  • Comments
  • Latest
হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

February 23, 2021
কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

October 25, 2020
কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

November 15, 2020
ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

October 16, 2020
সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

0

অসমৰ বাবে অধিক ৰেল বিচাৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ ৰিপুন বৰাৰ পত্ৰ

0

কৰ’না, ভাৰতৰ গতি উৰ্দ্ধমুখী

0

সুভাষ দাস কমিটিৰ প্ৰতিবেদন দাখিল

0
সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

April 22, 2021
Sand artist urges people to ‘Go Green’ with stunning sculpture

Sand artist urges people to ‘Go Green’ with stunning sculpture

April 22, 2021
যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

April 22, 2021
অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

April 21, 2021

Recent News

About Us

MyNewsNE

You're visiting the official website of MyNews NE. A digital media organization from North Eastern Part of India. Stay updated with us with our website and social media pages. Thanks.

Like Us on Facebook

Our Twiiter Handle

Tweets by MyNewsNE

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 My News NE. All Rights Reserved.

No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
    • Arunachal
    • Manipur
    • Meghalaya
    • Mizoram
    • Nagaland
    • Tripura
    • Sikkim
  • India
  • World
  • Education
  • Sports
  • Entertainment
    • Movie
    • Music
  • Business
  • Lifestyle
    • Fashion
    • Food
    • Health
    • Travel
  • Politics
  • Science
  • English Edition

© 2021 My News NE. All Rights Reserved.