Local, Vocal, Global

Arms seized in Tripura : ত্ৰিপুৰাত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ,গ্ৰেপ্তাৰ এজনক

নিউজ ডেস্ক,১এপ্ৰিল : পুনৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ ।

ত্ৰিপুৰাৰ ধৰ্মনগৰত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতক । ধৃত ডকাইতটো নাজিম উদ্দিন বুলি জানিব পৰা গৈছে । দীৰ্ঘদিনে ত্ৰিপুৰা আৰু বৰাকত সন্ত্ৰাস সৃষ্টি কৰিছিল নাজিমে।

ডকাইতটোৰ পৰা জব্দ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ । ত্ৰিপুৰা-অসমৰ আৰক্ষীত ডকাইতটোৰ বিৰুদ্ধে আছে বহুকেইটা গোচৰ(Arms seized in Tripura) ।

সম্প্ৰতি আৰক্ষীৰ জিম্মাত জেৰা অব্যাহত নাজিম উদ্দিনক ।

লগতে পঢ়ক : Assam CM kicks off poll campaign in Majuli through mega cycle rally : মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল ৰেলী