WATCH | APCC president may change: সলনি হ’ব পাৰে APCC ৰ সভাপতি
নিউজ ডেস্ক,২৩ফেব্ৰুৱাৰী : সলনি হ’ব পাৰে APCC ৰ সভাপতি
আজি দিল্লীলৈ তলব অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি ভূপেন বৰা(APCC president may change)
সাংসদ গৌৰৱ গগৈ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া
দীর্ঘদিনীয়া চৰ্চাৰ অন্ত পেলাই সলনি হ’ব পাৰে APCC ৰ সভাপতি
গৌৰৱ গগৈ হ’ব পাৰে APCCৰ পৰৱৰ্তী সভাপতি
লগতে পঢ়ক:WATCH | Nagaon News: প্ৰশাসনৰ বাধাৰ পাছতো ৰূপহীহাটত অনুষ্ঠিত হ’ল কংগ্ৰেছৰ সভা