Local, Vocal, Global

ছমাহৰ পূৰ্বৰ আৰু এতিয়াৰ যাত্ৰা সম্পূৰ্ণ সলনি হ’ল

ছমাহ পিছত ফ্লাইটেৰে যাত্ৰা মিলিণ্ড ছমান অসম জীয়ৰী অংকিতা কোঁৱৰৰ৷ কৰ’নাসৃষ্ট পৰিস্থিতিৰ যি ভয়াৱহতাৰ কথা উল্লেখ কৰিলে দুয়োগৰাকীয়ে৷ ছমাহত বহু বস্তু সলনি হৈছে৷ কাল কৰ’নাই তচনচ কৰিছে জনজীৱন৷ ছ’চিয়েল মিডিয়াত এখন ফটো শ্বেয়াৰ কৰি তেওঁলোকে লিখে ছমাহৰ পিছত সলনি হোৱা পৰিৱেশৰে মোকাবিলা কৰিবলৈ জটিল হৈছে৷ ভাল সময়বোৰ কেতিয়া ঘূৰি আহিব তাৰেই অপেক্ষা৷ ফেব্ৰুৱাৰী মাহতে শেষবাৰৰ বাবে কৰা যাত্ৰা আৰু এতিয়াৰ যাত্ৰাত এক বিশাল ব্যৱধান আছে বুলি মন্তব্য কৰে দম্পতীয়ে৷