দুই বাহনৰ সংঘৰ্ষ, থিতাতে নিহত তেজপুৰৰ অনিৰ্বাণ শইকীয়া

নিউজ ডেস্ক,১৩ অক্টোবৰ : ঢেকিয়াজুলিত এক ভয়াবহ পথ দুৰ্ঘটনাত এগৰাকী লোকে থিতাতে প্ৰাণ হেৰুৱাই৷
ঢেকিয়াজুলি চহৰৰ মাজেৰে পাৰ হৈ যোৱা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুঘর্টনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই AS-12-Y-6174 নম্বৰৰ এখন এপ্রিলা আৰু AS-12-BC-7604 নম্বৰৰ মেজিকৰ মাজত সংঘর্ষ লাগে। ফলত অনিৰ্বান শইকীয়া নামৰ এজন লোক নিহত হয়।
নিহত নিৰ্বান শইকীয়াৰ ঘৰ তেজপুৰৰ মাজগাঁৱত।