পুনৰ অসুস্থ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
- পুনৰ অসুস্থ গৃহমন্ত্ৰী অমিত শ্বাহ
- দিল্লী AIIMS ভৰ্তি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক
- শনিবাৰে নিশাই চিকিত্সালয় ভৰ্তি মন্ত্ৰীগৰাকীক
- শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছে মন্ত্ৰীগৰাকী
- ২ আগষ্টত কৰ’নাত আক্ৰান্ত হৈছিল অমিত শ্বাহ
- কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈছিল গৃহমন্ত্ৰীগৰাকী
- দুসপ্তাহ পূৰ্বেই চিকিত্সালয়ৰ পৰাই সুস্থ হৈ ঘৰলৈ গৈছিল মন্ত্ৰীগৰাকী