Local, Vocal, Global

এম্বুলেন্স বাহন নে সুৰাৰ বাৰ?

ডিজিটেল ডেস্ক:- লখিমপুৰত এখন এম্বুলেন্স হৈ পৰিল মিনিবাছ।
এম্বুলেন্সৰ ভিতৰত ওলাল মদৰ বটল, ভাং, তাচপাত।
লখিমপুৰ মেডিকেল কলেজৰ মূল প্ৰৱেশদ্বাৰত জব্দ এম্বুলেন্সখন।
ৰাইজে জব্দ কৰি চমজাই দিয়ে লীলাবাৰী আৰক্ষীক।
আৰক্ষীয়ে এম্বুলেন্সখনৰ পৰা উদ্ধাৰ কৰিছে বহু আপত্তিজনক সামগ্ৰী।
ৰাইজৰ অভিযোগ এম্বুলেন্সত চলে অসামাজিক কাৰ্যকলাপ।

অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি তলৰ ভিডিঅ’টো চাওক।