Local, Vocal, Global

পাকিস্তানী গায়ক ALI ZAFAR ৰ বিৰুদ্ধে অভিনেত্ৰী MEESHA SAAFI ৰ শীৰীৰিক নিৰ্যাতনৰ অভিযোগ। ৩ বছৰ কাৰাদণ্ডৰ বিহিলে পাকিস্তান চৰকাৰে

অভিনেতা তথা গায়ক ALI ZAFAR ৰ বিৰুদ্ধে পাকিস্তানী অভিনেত্ৰী MEESHA SAAFI ৰ শাৰীৰিক নিৰ্যাতনৰ  অভিযোগ। অভিনেত্ৰীগৰাকীয়ে #ME TOO 2018 MOVEMENT ৰ সময়ত ONLINE MAIL যোগে গায়ক তথা ALI ZAFAR এ শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। MEESHA ৰ লগতে ৮ গৰাকী অইন মহিলায়েও ALI ZAFAR ৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ তৰিছিল। অভিযোগ উত্থাপনৰ পিছতেই ALI ZAFAR ক ৩ বছৰৰ কাৰাবাসৰ শাস্তি বিহিলে পাকিস্তান চৰকাৰে।