Local, Vocal, Global

Akhilesh Yadav will resign from the MLA post today : আজি বিধায়ক পদৰ পৰা পদত্যাগ কৰিব অখিলেশ যাদৱে

নিউজ ডেস্ক,১১জুন : আজি বিধায়ক পদৰ পৰা পদত্যাগ কৰিব অখিলেশ যাদৱে(Akhilesh Yadav will resign from the MLA post today) ৷

উত্তৰপ্ৰদেশ কৰ্হল বিধানসভাৰ বিধায়ক পদৰ পৰা কৰিব পদত্যাগ অখিলেশ যাদৱে ।

লোকসভা নিৰ্বাচনত জয়ী হৈছিল অখিলেশ যাদৱ৷

সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে এৰিব বিৰোধী দলপতিৰ পদ ৷

লগতে পঢ়ক : Heavy rains cause landslides in Sikkim : ছিকিমত ভয়ংকৰ ভূমিস্খল;বন্ধ যাতায়ত ব্যৱস্থা