Watch | Akhil Gogoi: ঐতিহাসিক ৰংঘৰৰ পৰিৱেশ দেখি কিয় খং উঠিল বিধায়ক অখিল গগৈৰ
নিউজ ডেস্ক : হঠাৎ ঐতিহাসিক ৰংঘৰত ভিজিট কৰি খং উঠিল বিধায়ক অখিল গগৈৰ। ঐতিহাসিক ৰংঘৰৰ শৌচালয় আৰু পৰিৱেশ অপৰিচ্ছন্নতাৰ অৱস্থা দেখি খং উঠিল বিধায়ক গৰাকীৰ ।
ঐতিহাসিক ৰংঘৰত চাডেন ভিজিট কৰি মন্তব্য় কৰি কয়- ‘তিনিদিনৰ সময় দিছো,ভাল নকৰিলে action ল’ম’
‘Archaeological Survey of India ই কাম ভাল কৰা নাই’।
আৰু এনেদৰে খং কৰি তিনিদিনৰ সময় বান্ধি দিলে বিভাগীয় কতৃপক্ষক তাৰ পাছতেই ভিডিঅ’ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত।