Watch | Akhil Gogoi: ‘মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ অতপালি বেছি হৈছে’- অখিল গগৈ
ডেস্ক ৰিপোট: ‘মৰিয়নীত ইচ্ছা থকাৰ সত্বেও মই নিৰ্বাচন খেলিব নোৱাৰো’
‘শিৱসাগৰৰ মূল কাম কেইটা নকৰাকৈ গুচি আহিলে শিৱসাগৰবাসীক বিশ্বাসঘাটকতা কৰা হ’ব’
‘এইবাৰ মৰিয়নীত ৰূপজ্যোতি কুৰ্মীক আমি হৰুৱামেই’
‘মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ অতপালি বেছি হৈছে’
সংবাদমেলযোগে মৰিয়নীত বিধায়ক ৰূপজ্যোতি কুৰ্মীক পৰাস্ত কৰাৰ হুংকাৰ অখিল গগৈৰ ।